ΣΤΗΣ ΖΩΗΣ ΤΟ ΠΕΡΙΒΟΛΙ της Μαρίας Κολοβού Ρουμελιώτη
Ένας Χειμώνας δεν κρατάει αιώνια...
Παρασκευή, 16 Φεβρουαρίου 2024
IN LIFE'S GARDEN by Maria Kolovou Roumelioti
GREECE
A Winter does not last forever...
Look at the sun that when it laughs
In the World it distributes gifts everywhere
and on the windowsill the begonia blooms!
For love, run to the plains
Gather flowers, weave wreaths
Youth leaves and does not return
Water that you drink and it cools you!
A Winter does not last forever!
Not even the praised Spring
Just learn how in the threshing floors
Youth celebrates with the nightingales!
Friday, February 16, 2024
জীৱনৰ উদ্যানত
— মাৰিয়া কলোভৌ ৰুমেলিওটি (গ্ৰীচ)
শীত কেতিয়াও নাথাকে চিৰদিন
বেলিলৈ চোৱা—যেতিয়াই হাঁহে,
সমগ্ৰ পৃথিৱীত বিলাই দিয়ে তাৰ কিৰণ
আৰু খিৰিকীৰ কাষত ফুলে বেগোনিয়া ফুল!
প্ৰেমৰ বাবে ধাপলি মেলা ভৈয়ামলৈ
ফুল বুটলি লোৱা, মালা গাঁথা;
যৌৱন গলেই গ'ল আৰু নাহে ঘূৰি
সেই পানী, যাক পি তুমি শৰীৰ কৰা শীতল
শীত কেতিয়াও নাথাকে চিৰদিন
শলাগনীয় বসন্তও নহয় চিৰস্থায়ী;
মাত্ৰ শিকি লোৱা
মৰণা মৰা চোতালত বুলবুলিৰ সৈতে
কেনেকৈ খেলি থাকে যৌৱনে।
(অসমীয়া অনুবাদঃ অচ্যুত কুমাৰ বৰা
Assamese translation: Achyot Kumar Borah)


Δεν υπάρχουν σχόλια:
Δημοσίευση σχολίου